মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ উচ্চতৰ শিক্ষা কাৰিকৰী শিক্ষাৰ সঞ্চালক

বৃত্তি

কাৰিকৰী সঞ্চালকালয়, অসমৰ অধীনত শিক্ষাবৃত্তিৰ সংক্ষিপ্ত বৰ্ণনা আৰু স্থিতি –

এন.ই.চি. (NEC) যোগ্যতা-ভিত্তিক বৃত্তি আৰু পুথি আবণ্টন। (এন.ই.চি.ৰ অনুমোদিত তালিকাৰ পৰা অভিযান্ত্ৰিক আৰু বৃত্তিমূলক পাঠ্যক্ৰমৰ বাবে)

বাছনি প্ৰক্ৰিয়া

  • প্ৰত্যেক বছৰৰ অক্টোবৰ মাহৰ মাজভাগলৈ অনলাইন আবেদন কৰিব পাৰে।
  • শিক্ষানুষ্ঠানৰ প্ৰধানজনে, (যি অনুষ্ঠানত সি/তাই পাঠ্যক্ৰম গ্ৰহণ কৰি আছে) পৰীক্ষণৰৰ পাছত প্ৰাসংগিক নথিপত্ৰ, আবেদনৰ হাৰ্ড কপিৰ সৈতে আৰু প্ৰয়োজনীয় বিশদ বৰ্ণনা দি, নৱেম্বৰৰ শেষলৈ, কাৰিকৰী শিক্ষাৰ সঞ্চালকালয়লৈ প্ৰেৰণ কৰে।
  • আবেদনসমূহ সতৰ্কতাৰে পৰীক্ষা কৰে আৰু প্ৰাৰ্থীৰ বাছনি ডিচেম্বৰলৈ চলে। প্ৰত্যেক বছৰ জানুৱাৰীত তালিকা প্ৰস্তুত হয়।
  • ৩১ মাৰ্চৰ ভিতৰতআবন্তিত ধনৰ লেখ হয় আৰু অনুমোদিত পুঁজি অনুসৰি বাছনি তালিকাভুক্ত প্ৰাৰ্থিয়ে বৃত্তি পায়, ধন লাভ কৰে।

ই চি এচ ৰ জৰিয়তে লাভাৰ্থীৰ একাউন্টলৈ প্ৰতক্ষ্য হস্তান্তৰ হয়।

বৃত্তিৰ হাৰ

বৃত্তি, ভাট্টা আৰু বিষয়,পাঠ্যক্ৰম অনুসৰি, বৰ্তমান বৃত্তিৰ হাৰ এনে ধৰনৰঃ

অধ্যয়নৰ পৰ্য্যায়(এন ই চি ৰ অনুমোদিত তালিকাৰ অভিযান্তিক আৰু বৃত্তিগত পাঠ্যক্ৰম)

বেতন

 

পুথি অনুমোদন

 

মুঠ (টকা)

 

ডিপ্লমা

৯০০ টকা (প্ৰতিমাহে)

১০০০ টকা(বছৰি)

১১৮০০(বছৰি)

স্নাতক

১০০০ টকা (প্ৰতিমাহে)

১৪০০ টকা(বছৰি)

১৩৪০০ টকা(বছৰি)

স্নাতোকত্তৰ

১২০০ টকা (প্ৰতিমাহে)

২০০০ টকা (বছৰি)

১৬৪০০ টকা (বছৰি)

পি এইচ ডি/এম ফিল

১৫০০ টকা (প্ৰতিমাহে)

৩০০০ টকা (প্ৰতিমাহে)

২১০০০ টকা (বছৰি)

পুঁজি ব্যৱহাৰৰ বিশদ বৰ্ণনাঃ

অনুমোদনৰ বৰ্ষ

এন ই চি ৰ পৰা পোৱা পুঁজি(লাখত)

পুঁজিৰ ব্যৱহাৰ(লাখত)

বাস্তৱত অৰ্জিত লক্ষ্য(ছাত্ৰ ছাত্ৰীৰ সংখ্যা)

২০০৪-০৫

২৫

২৫

২৩১

২০০৫-০৬

৪০.৫

৪০.৫

৩৪৪

২০০৬-০৭

৪০.৫

৪০.৫

২৬৬

২০০৭-০৮

৪০

৪০

২৮১

২০০৮-০৯

৪৬

৪৬

৩২৯

২০০৯-১০

১৩২

১২২.৩৪

১০৬৪

২০১০-১১

১২৮

৪১.৫৭

৩৮০

২০১১-১২

১৯০

১৯৮.৯২

১৩২৮

২০১২-১৩

১৭৭

২০০

১৪৯২

২০১৩-১৪

১৫০

২০০

১৪৭২

২০১৪-১৫

২২৩.৮৫৬

২২৩.৮৫৬

১৬৪৬

২০১৫-১৬

২২২.০৬

১২৯.৪৮২

৯৫৮*

*২০১৫-১৬ বৰ্ষত, সকলো লাভাৰ্থীৰ বেংকৰ বিশদ বৰ্ণনাৰ ৰিছিপট,নথিৰ অভাৱত মুঠ পৰিমাণটো দিব পৰা নগল।

এন ই চি ৰ যোগ্যতা ভিত্তিক বৃত্তি আৰু পুথি অনুদান(পুঁজিৰ অভাৱত অনাদায়ী ধন)    

ক্ৰমিক নং

বৰ্ষ

সাধাৰন         

বিভাগ(সংখ্যাত)

মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা

প্ৰয়োজনীয় ধনৰ পৰিমাণ

এচ চি

এচ টি

অ বি চি

(লাখত)

১.

২০১৫-১৬

-

-

-

-

৩৪১

৪৬.৩০৬ টকা

নতুন বিষয়

২.

২০১৪-১৫

৩২০

৩১

৩৬

১৩৫

৫২২

৭১.৫০৪ টকা

৩.

২০১৩-১৪

৩৬০

৫৮

৭০

১৪৯

৬৩৭

৮৭.৩৪৮ টকা

৪.

২০১২-১৩

-

-

-

-

৬২৮

৮৫.৫১৮ টকা

মুঠ

-

-

-

-

-

১৭৮৭

২৪৪.৪৭ টকা

সৰ্বমুঠ প্ৰয়োজনীয় পুঁজি

২১২৮

২৯০.৭৭৬ টকা

   

মুঠ প্ৰয়োজনীয় পুঁজি-২৯০.৭৭৬ লাখ টকা
এন ই চি ব্যয় নোহোৱা টকা (২০১৫-১৬)-৯২.৫৭৮ লাখ টকা
অতিৰিক্ত প্ৰয়োজনীয় পুঁজি-১৯৮.২০ লাখ টকা
**২০১২-১৩ বৰ্ষৰ পৰা ২০১৫-১৬ বৰ্ষলৈ, বকেয়া সকলো দায়িত্ব শেষ কৰিবলৈ ১৯৮.২০ লাখ টকাৰ প্ৰয়োজন।

যোগ্যতা ভিত্তিক বৃত্তি ৰাজ্যিক অভিযান্ত্ৰিক আৰু প্ৰযুক্তিৰ ক্ষেত্ৰতঃ

(ডিপ্লমা, ডিগ্ৰী, পি.জি, এম.ই, আৰু এম টেক অভিযান্ত্ৰিক শিক্ষাৰ্থীৰ বাবে)

প্ৰক্ৰিয়াঃ

  • প্ৰত্যেক বছৰে অক্টোবৰ মাহত বিজ্ঞাপন প্ৰকাশ হয় আৰু ডিপ্লমা, ডিগ্ৰী, পি.জি. এম.ই আৰু এম. টেক পৰ্য্যায়ৰ অভিযান্তিক পাঠ্যক্ৰম শিক্ষাৰ্থীৰ পৰা আবেদন বিচৰা হয়।
  • প্ৰত্যেক বছৰৰ নৱেম্বৰ মাহৰ মাজভাগলৈকে অনলাইন আবেদনৰ সময় থাকে।
  • শিক্ষানুস্থানৰ প্ৰধান, মূৰব্বীয়ে( যি অনুস্থানত সি,তাই পাঠ্যক্ৰম গ্ৰহন কৰি আছে), পৰিক্ষণৰ পিছত, প্ৰসংগিক নথিপত্ৰ, প্ৰয়োজনীয় বিশদ বৰ্ণনাৰে, আবেদনৰ হাৰ্ড কপিৰ সৈতে, কাৰিকৰি শিক্ষাৰ সঞ্চালকায়লৈ নৱেম্বৰৰ শেষৰ ফালে প্ৰেৰণ কৰে।
  • ডিচেম্বৰত আবেদনৰ পৰীক্ষণ আৰু প্ৰাৰ্থীৰ বাছনি প্ৰত্যেক বছৰে জানুৱাৰী মাহত বাছনি তালিকা প্ৰস্তুত হয়।
  • ৩১ মাৰ্চৰ ভিতৰত আবন্তিত ধনৰ লেখ-জোখ সম্পূৰ্ন হৈ অনুমোদিত পুঁজি অনুসৰি বাচনি তালিকাভুক্ত প্ৰাৰ্থীয়ে ধন লাভ কৰে।
  • শিক্ষানুস্থানৰ ডি ডি অ লৈ , বেংক ড্ৰাফত, বেংকাৰচ্ চেক্ ৰ দ্বাৰা অনুস্থানে প্ৰতি হস্তান্তৰ,বেতন হয়।

বৃত্তিৰ হাৰ

ডিপ্লমা পাঠ্যক্ৰমৰ বাবেঃ

@ ১৫০ টকা প্ৰতি মাহে(ৰাজ্যৰ বাহিৰৰ/ভিতৰৰ উভয়তে)
ডিগ্ৰী,স্নাতক পাঠ্যক্ৰমৰ বাবেঃ
@ ১৫০ টকা প্ৰতি মাহে(ৰাজ্যৰ ভিতৰত)
@ ২৫০ টকা প্ৰতি মাহে(ৰাজ্যৰ বাহিৰৰ)
স্নাতকোত্তৰ/ পি জি পাঠ্যক্ৰমৰ বাবেঃ
@ ১০০০ টকা প্ৰতিমাহে(ৰাজ্যৰ বাহিৰ/ ভিতৰ উভয়তে)

পুঁজি ব্যৱহাৰৰ বিশদ বৰ্ণনা/সাৰংশ(Fund utilizationSummary)

বৰ্ষ

ছাত্ৰ-ছাত্ৰীৰ সংখ্যা

পৰিমাণ

২০০১-০২

১৪৮

১৩,৩৯,৫২৫ টকা

২০০২-০৩

১৯৩

৭,৫৬,১০০ টকা

২০০৩-০৪

২৬২

১,৩,৪২,৪৭৫ টকা

২০০৪-০৫

২০৯

৮,০৩,৫৫০ টকা

২০০৫-০৬

১৮৬

৫,৬৫,৫২৫ টকা

২০০৬-০৭

২০০

৯,২৭,৭০০ টকা

২০০৭-০৮

২১৫

৯,২১,০২৫টকা

২০০৮-০৯

২৫১

১০,৯৯,০৭৫ টকা

২০০৯-১০

৩৯৩

৯,৮৮,৮০০ টকা

২০১০-১১

৩৯৩

১২,৩৬,৩২৫ টকা

২০১১-১২

২৩৯

১৫,১১,৫৭৫ টকা

২০১২-১৩

২১১

১৪,৪৮,৪৭৫ টকা

২০১৩-১৪

১৩৪

৭,৫৪,০০০ টকা

২০১৪-১৫

১২০

৫,৬৪,৬৭৫ টকা

২০১৫-১৬

৩১

২,৫৬,০৫০ টকা

মুঠ

৩২৮৫

১,৩৫,১৫,৯০০টকা

*২০১৫-১৬ বৰ্ষৰ সকলো বাছনি কৰা লভাৰ্থীৰ বেংকৰ বিশদ বৰ্ণনাৰ নথিৰ অভাৱত মুঠ সংখ্যাটো দিয়া নহল।

বিদেশী ইনটাৰৰ্ণশ্বিপৰ বৃত্তি

অসমৰ চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অন্তিম চেমিষ্টাৰৰ শিক্ষাৰ্থীক, বিদেশৰ নাম থকা বিশ্ববিদ্যালয়, শিক্ষানুস্থানত ইনটাৰৰ্ণশ্বিপৰ কাৰ্য্যসূচীৰে পুৰস্কিত কৰা হয়। নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীয়ে অহা যোৱাৰ বিমান ভাড়া, ভ্ৰমন বীমা, ভিছা নিবাস, খাদ্য আৰু আতিথ্য লাভ কৰে।

সংখ্যালঘু কল্যাণ বৃত্তি ব্যৱস্থাৰ অধীনত বৃত্তি লাভৰ কাৰণে, ইয়াত ক্লিক কৰক

বৃত্তিৰ কাৰণে আবেদন

বৃত্তিৰ আবেদন পত্ৰৰ কাৰণে, ক্লিক কৰক

Downloads
TitleSizeDetail
NEC Scholarship598.23 KBswf-image
State Engineering Scholarship547.59 KBswf-image