I am now accessing as a :

Government Of Assam Higher Education DIRECTORATE OF TECHNICAL EDUCATION

ইতিহাস

অসমত কাৰিকৰী শিক্ষা স্বাধীনতাৰ আগেয়ে ১৯২৭ বৰ্ষত যোৰহাটত প্রিন্স অফ ওয়েলস অভিযান্ত্ৰিক আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাৰ লগত আৰম্ভ হৈছিল। অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ স্থাপনা আৰু পাছলৈ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্থাপনা ৰাজ্যখনত কাৰিকৰী শিক্ষাৰ আৰম্ভণি। অসমত ৰাজ্যিক কাৰিকৰী শিক্ষা বিকাশৰ এক দীঘলীয়া ইতিহাস আছে। অসমত কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ স্থাপন হৈছিল ১৯৬০ চনত। এই সঞ্চালকালয়ৰ অধীনত বৰ্তমান ৫ খন চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু ২১ খন পলিটেক্নিক প্ৰতিষ্ঠান আছে। কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰখনৰ সম্প্ৰতিক অতিকৈ অসাধাৰণভাৱে উন্নতি হৈছে। প্ৰথমখন অভিযান্ত্ৰিক মহাবিদ্যালয়- অসম অভিযান্ত্ৰিক মহাবিদ্যালয় ১৯৫৬ চনত গুৱাহাটীত প্ৰতিষ্ঠা হৈছিল আৰু প্ৰথমখন ডিপ্লোমা প্ৰতিষ্ঠান- অসম বস্ত্ৰ প্ৰতিষ্ঠানৰ স্থাপনা হৈছিল ১৯২০ বৰ্ষত গুৱাহাটীত।